Department of Assamese

ফৰকাটিং মহাবিদ্যালয়খনি ১৯৮১ চনত প্ৰতিষ্ঠা হোৱাৰ দিনৰে পৰা, মহাবিদ্যালয়ৰ অসমীয়া বিভাগটো অবিচ্ছেদ্য অংগ হিচাপে জড়িত হৈ আছে৷ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰতিষ্ঠাকালীন মুৰব্বী অধ্যাপিকা আছিল শ্ৰীমতী ভানু নাথ৷ ১৯৯২ চনৰ পৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগত মেজৰ পাঠ্যক্ৰম আৰম্ভ কৰা হয়৷
মহাবিদ্যালয়ত অসমীয়া বিভাগত মেজৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ দিনৰে পৰা বৰ্তমানলৈ অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে মেজৰ পাঠ্যক্ৰমসহ সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিশ্ববিদ্যালয় পৰ্যায়তো কৃতিত্ব অৰ্জন কৰিছে আৰু চাকৰি ব্যৱসায় তথা অন্যান্য বিভিন্ন ক্ষেত্ৰত জীৱিকা অৰ্জন কৰিছে৷

অসমীয়া বিভাগৰ উদ্যোগত প্ৰতিবছৰে কৰ্মশালা, আলোচনাচক্ৰ আদি অনুষ্ঠিত কৰাৰ লগতে ‘মাতৃভাষা দিৱস’, ‘সৃজন আৰু মনন’ আদি অনুষ্ঠান অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলৰ অসমীয়া ভাষা আৰু সাহিত্যৰ প্ৰতি অনুৰাগ বৃদ্ধি কৰিবলৈ যত্ন কৰা হয়৷ তদুপৰি প্ৰতিবছৰে বিভাগৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ লিখনিৰে সমৃদ্ধ বাৰ্ষিক হাতেলিখা আলোচনী ‘বৰ্ণিল’ আৰু প্ৰাচীৰ পত্ৰিকা ‘অংকুৰক’ বছৰত দুবাৰকৈ প্ৰকাশ কৰা হয়৷ অসমীয়া বিভাগৰ উদ্যোগত প্ৰতিবছৰে বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষামূলক ভ্ৰমণৰ বাবেও নিয়া হয়৷

মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত বৰ্তমানলৈকে এখন ৰাজ্যিক পৰ্যায়ৰ আৰু এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ(UGC SPONSORED) আলোচনাচক্ৰখনিৰ নিৰ্বাচিত গৱেষণাপত্ৰ সমৃদ্ধ দুখন গ্ৰন্থ বিভাগৰ তৰফৰ পৰা প্ৰকাশিত হৈছে৷

STUDENTS INTAKE(MAJOR): 60

SYLLABUS POST GRADUATE PROGRAM ON  ASSAMESE – 2023  👈 DOWNLOAD HERE

Mr. TARUN SAIKIA

ASSOCIATE PROFESSOR (HOD)

MA, PHD(ONGOING)

9957065990


Name : TARUN SAIKIA (HOD)
Designation : ASSOCIATE PROFESSOR
Department : ASSAMESE
Contact No. : 9957065990
E-Mail : TARUNSAIKIA29@GMAIL.COM

Dr. AJANTA RAJKHOWA

ASSOCIATE PROFESSOR

MA, PhD

9854009666


Name : Dr. AJANTA RAJKHOWA
Designation : ASSOCIATE PROFESSOR
Department : ASSAMESE
Contact No. : 9854009666
E-Mail : rajkhowaajanta99@gmail.com

Mr. RAVI SAHU

ASSISTANT PROFESSOR

MA

9085257471


Name : Mr. RAVI SAHU
Designation : ASSISTANT PROFESSOR
Department : ASSAMESE
Contact No. : 9085257471
E-Mail : ravisahu61898@gmail.com

Ms. DARSHANA DEVI

ASSISTANT PROFESSOR (CONTRACTUAL)

MA

91011180726


Name : DARSHANA DEVI
Designation : ASSISTANT PROFESSOR (CONTRACTUAL)
Department : ASSAMESE
Contact No. : 91011180726
E-Mail : DARSHANADEVI222@GMAIL.COM

Mr. Sanjib Sarmah

Assistant Professor (Contractual)

MA,

9101129001


Name : Mr. Sanjib Sarmah
Designation : Assistant Professor (Contractual)
Department : ASSAMESE
Contact No. : 9101129001
E-Mail : sanjib91011@gmail.com